অষ্ট্ৰেলিয়াৰ বনজুইৰ সময়ত কোৱালাৰ পোৱালীক শিয়ালিয়ে গাখীৰ খুৱাই থকা ভিডিঅ’ৰ আচল কাহিনী!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বনজুইৰ বিধ্বংসী ৰূপে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । বিশেষকৈ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু কেংগেৰু আৰু কোৱালাৰ বিভিন্ন দুখলগা ছবিয়ে বিশ্ববাসীক মৰ্মাহত কৰি তুলিছে । ইয়াৰ লগতে অষ্ট্ৰেলিয়াৰ বনজুইৰ বলি হোৱা বুলি […]
Continue Reading