পেপচিকোৱে গৃহিনী,অৱসৰী লোক তথা বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই কৰিব পৰা চাকৰিৰ ব্যৱস্থা কৰা নাই। এয়া ভুৱা বাৰ্তা।   

শেহতীয়াভাবে অসমত এটা বাৰ্তা বিয়পি পৰিছে যে শীতল পানীয় প্ৰস্তুতকৰ্তা কোম্পানী পেপচিকোৰ তৰফৰ পৰা ঘৰতে বহি কাম কৰিব পৰা সুবিধা প্ৰদান কৰা হৈছে। বিশেষকৈ গৃহিনী, অৱসৰী লোক অথবা বিশেষভাৱে সক্ষম লোকে ঘৰৰ পৰায়ে কাম কৰি উপাৰ্জন কৰাৰ সুবিধা পেপচিয়ে দিছে বুলি কৰা দাবীটো আমাৰ ফেক্টলাইন নম্বৰ 904905377লৈয়ো প্ৰেৰণ কৰি তাৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে […]

Continue Reading

স্তম্ভ লেখক অমূল্যা গোপালকৃষ্ণনৰ ফটো জৰ্জ চৰোচৰ সঞ্চালক অমৃত সিং বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সৈতে সেয়া জৰ্জ চৰোচ নামৰ সংগঠনটোৰ এগৰাকী সঞ্চালক অমৃত সিং। ফটোখনত সেউজীয়া বৰণৰ চোলা পিন্ধি থকা ৰাহুল গান্ধীৰ কাষত এগৰাকী মহিলাক দেখা গৈছে। তেওঁকেই অমৃত সিং বুলি দাবী কৰি অমৃত সিঙৰ এখন ফটো কাষত সংলগ্ন কৰি দিয়া হৈছে […]

Continue Reading

উত্তৰ প্ৰদেশৰ বিজনৌৰৰ ঘঁৰিয়াল ওলোৱা দৃশ্য গুজৰাটৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন গাঁৱৰ ৰাষ্টাৰে এটা ঘঁৰিয়াল গৈ আছে। ঘঁৰিয়ালটোৰ পিছে পিছে চিঞৰ বাখৰ কৰি মানুহ কিছুমান গৈ আছে। এজনে ঘঁৰিয়ালটোক লঠিয়াই দিছে আৰু আতংকিত ঘঁৰিয়ালটোৱে নিজৰ গতি ক্ষীপ্ৰ কৰি আগুৱাইছে। এটা ফেচবুক পেজৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰি সেয়া গুজৰাটৰ শেহতীয়া দৃশ্য বুলি দাবী […]

Continue Reading

উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত মুৰ দোৱাই হাতজোৰ কৰি শৰণাপন্ন হৈছিল নেকি।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে যে ৰাহুল গান্ধীৰ সমুখত হাতজোৰ কৰি নতশীৰ হৈ থিয় হৈ আছে উদ্ধৱ থাকৰে। দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ৰাজনৈতিক হেঁচাত কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তকাৰী চিবিআই বিষয়াই পদত্যাগ কৰা বুলি প্ৰচাৰ কৰা চিঠিখন ভুৱা।

শেহতীয়াভাবে অসমত এখন বিশেষ চিঠি ভাইৰেল হৈ পৰিছে। কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ বেলিকা ৰাজনৈতিক হেঁচা লাভ কৰাৰ বাবে চিবিআইৰ উপ-পৰিদৰ্শক তথা যুটীয়া আয়ুক্ত ডাঃ আকাশ নাগে পদত্যাগ কৰা বুলি দাবী কৰি সেই চিঠিখন ভাইৰেল কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived […]

Continue Reading

ইন্দোনেছিয়াৰ এমাহ পুৰণি ভিডিঅ’ এটাক কলকাতাৰ ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা সময়ৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা মৃত শৰীৰৰ মুখমণ্ডল স্পৰ্শ কৰি কান্দোনত ভাঙি কৰিছে এগৰাকী ডাক্তৰ আৰু অস্ত্ৰোপচাৰ কক্ষৰ পৰা তেওঁ প্ৰস্থান কৰিছে। সেই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে অতি শেহতীয়াকৈ কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা ডাক্তৰগৰাকীয়েও শোকত ভাঙি পৰিছে আৰু হুকহুকাই কান্দিছে। […]

Continue Reading

২০১৭চনৰে ভিডিঅ’ ভাইৰেল কৰি বিৰাট কোহলীয়ে কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ সমালোচনা কৰা বুলি দাবী। 

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ”টোত দেখা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে কোনো এটা বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈ আছে যে-”এয়া বৰ অশান্তিকৰ, আচৰিত আৰু মই এনেকুৱা এখন সমাজৰ অংশ হিচাপে লজ্জাবোধ কৰিছোঁ। মই ভাবোঁ আমি আমাৰ চিন্তা সলনি কৰিবৰ হৈছে। আমি পুৰুষ আৰু মহিলাক […]

Continue Reading

বাংলাদেশৰ সীমান্তৰে এনেকৈ অসমত সোমাব খুজিছে নেকি অসংখ্য বাংলাদেশীয়ে? সত্যটো কি জানক।

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে।ভিডিঅ”টোত দেখা গৈছে যে কোনো এক সীমান্তত কাইটীয়া তাঁৰৰ দুয়োপাৰে অসংখ্য লোক ভিৰ কৰিছেহি। দাবী কৰা হৈছে যে ভাৰত-বাংলাদেশ সীমান্তৰে এনেকৈ অসংখ্য বাংলাদেশী লোকে অসমত সোমাব খুজিছে।  আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈও ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই একেই দাবী কৰিছিল।   Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি […]

Continue Reading

বাংলাদেশ ছাত্ৰলীগৰ দুই মুছলমান ধৰ্মৰ নেত্ৰীৰ ভিডিঅ’ হিন্দু মহিলাৰ ওপৰত অত্যাচাৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা অশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। বাংলাদেশত হিন্দু মহিলাক অত্যাচাৰ কৰা বুলি দাবী কৰি কিছুমান ভিডিঅ’ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে প্ৰচাৰ কৰা দেখা গৈছে। এটা ফেচবুক […]

Continue Reading

বাংলাদেশত হিন্দু মহিলাক এইদৰে মুছলমান মহিলাই শাস্তি দিয়া বুলি কৰা দাবীটো মিছা।

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত বাংলাদেশত মুছলমান মহিলাই হিন্দু মহিলাক অত্যাচাৰ কৰা দেখা গৈছে।  […]

Continue Reading