২২মে’ৰ পৰা ২৮ মে’লৈ Equinox বা বিষুৱকাল নহয়। Equinox বা বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।  

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এখন স্ক্ৰীণশ্বটত লিখা হৈছে যে ২২ মে’ৰ পৰা ২৮মে’ৰ ভিতৰত সূৰ্য্যটো পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৱস্থান কৰি মুৰৰ ওপৰত থাকিব আৰু ই শৰীৰত ডিহাইড্ৰেছন বা জলহীনতাৰ সৃষ্টি কৰিব। ইয়াকে একুইনোক্স(Equinox) বা বিষুৱকাল বুলি কোৱা হয়। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে মেছেজটোত। […]

Continue Reading

মিশ্বোই গ্ৰাহকসকলৰ বাবে এনিভাৰ্ছাৰী গিফ্ট অফাৰ আগবঢ়োৱা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ই-কমাৰ্ছ প্ৰতিস্থান ‘মিশ্বো’ই নিৰ্দিষ্ট গ্ৰাহকক এনিভাৰ্ছাৰী গিফ্ট অফাৰ প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে।   Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰথমে […]

Continue Reading

হোৱাটএছপত গুড মৰ্ণিং মেছেজ দিলেও ১৮ শতাংশ জিএছটি দিব লাগিব নেকি সঁচাকৈয়ে? জানক সত্য।   

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এটি ভিডিঅ’ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ভিডিঅ’টো সঁচা নে মিছা। ভিডিঅ’টোত দেখা গৈছে যে এবিপি নিউজৰ এটা বাতৰিত সাংবাদিক অভিষাৰ শৰ্মাই কৈছে যে এতিয়াৰে পৰা হোৱাটছএপত গুড মৰ্ণিং মেছেজ দিলেও ১৮শতাংশ জিএছটি প্ৰদান কৰিব লাগিব। সেই ধন মাহৰ শেষত পৰিশোধ কৰিব লাগিব।   Archived Link    আমি […]

Continue Reading

জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক হে নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত কৰা হৈছে। ভূৱা ৰাজপত্ৰ ভাইৰেল।

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল প্ৰেৰিত ফটোখনত উল্লিখিত ব্যক্তি দুগৰাকী দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত হোৱাটো সঁচা নে মিছা। তেওঁ লিখিছিল যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত হোৱাটো কিমানদূৰ সঁচা? ব্যৱহাৰকীগৰাকীয়ে ভাৰতীয় ৰাজপত্ৰৰ এখন ফটো প্ৰেৰণ কৰি সেই জিজ্ঞাসা প্ৰকাশ কৰিছিল। সেই ৰাজপত্ৰখনত দুগৰাকী প্ৰাক্তন আইএএছ বিষয়া […]

Continue Reading

পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।  

শেহতীয়াভাৱে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ ঘোষণাৰ পাছতেই এটা টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামত তেওঁৰ এক্স (টুইটাৰ)ৰ স্ক্ৰীণশ্বট এটা দিয়া হৈছে। ভাৰতত কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ এক CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক লৈ লিখা হৈছে সেই টুইটত। লগতে টুইটটোত লিখা আছে যে […]

Continue Reading

ডিমাৰ্টে ৰমজান উপলক্ষে কোনো বিশেষ বিক্ৰী সেৱা আগবঢ়োৱা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ৰমজান মাহ উপলক্ষে প্ৰসিদ্ধ ব্যৱসায়িক প্ৰতিস্থআন ডিমাৰ্টে বিশেষ অফাৰ দিয়া বুলি দাবী কৰি সেই লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এইখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেল নহয়।  

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ফটোখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেলৰ হয় নেকি।  Archived Link    কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি গুগল ৰিভাৰ্ছ ইমেজ […]

Continue Reading

মুকেশ আম্বানীয়ে পুত্ৰ অনন্ত আম্বানীৰ বিবাহ উপলক্ষে ৭৪৯ টকাৰ তিনি মাহৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰা নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। ভাইৰেল হোৱা লিংকটোত হিন্দী ভাষাত লিখা হৈছে যে ১২ জুলাইত অনন্ত আম্বানীৰ বিবাহ উপলক্ষে জিঅ’ৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে সমগ্ৰ দেশবাসীক তিনি মাহৰ বাবে ৭৪৯ টকাৰ ফ্ৰী ৰিছাৰ্জ প্ৰদান কৰিছে। তলত থকা নীলা ৰঙৰ লিংকটোত ক্লিক কৰি সেই সুবিধা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে […]

Continue Reading

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   […]

Continue Reading

টাটা মটৰ্ছে কোনো ধৰণৰ চাবচিডী বা গাড়ীৰ অফাৰ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। টাটা মটৰ্ছে নিৰ্দিষ্ট গ্ৰাহকক চাবচিডী প্ৰদান কৰিছে বুলি দাবী কৰি এটা লিংক শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading