২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থকা সময়তে বাকিংহাম পেলেচত কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা এটা ভিডিঅ’ হোৱাটচএপৰ যোগেদি অসমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গোৱা দেখা গৈছে । আমাৰ হোৱাটচএপ নম্বৰলৈ উক্ত ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link […]
Continue Reading