হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই […]

Continue Reading

বোৰ্খা পিন্ধি অহা মহিলাক দুৰ্গা পূজা মণ্ডপত সোমাব নিদিয়া ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে এখন দুৰ্গা পূজা মণ্ডপত পুৰোহিত সমন্বিতে আন লোকো আছে। সেই মণ্ডপলৈ এগৰাকী বোৰ্খা পৰিহিত মহিলা আহি দেৱীৰ সেৱা ল’ব বিচাৰিছে। সেই সময়ত পুৰোহিতগাৰকীয়ে মহিলাগৰাকীক বাধা প্ৰদান কৰিছে আৰু অৱশেষত বোৰ্খা খুলাৰ পাছত হে তেওঁক মণ্ডপত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আমাৰ […]

Continue Reading

FACT CHECK: দেৱী দূৰ্গাক যৌন দাসী বুলি উল্লেখ কৰা এক স্ক্ৰিনশ্বট প্ৰসংগ সংগতিহীন ভাৱে প্ৰচাৰ হৈছে!

The Wireৰ এটা বাতৰিৰ কিয়দংশ বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে, য’ত দাবী কৰা হৈছে যে নিউজ পৰ্টেলটোৱে উদ্দেশ্যপ্ৰনোদিতভাৱে দেৱী দূৰ্গাক যৌন দাসী আখ্যা দি অপমান কৰিছে।  Original Link- Twitter | Archived Link অসমত হোৱাটচ এপ্পত প্ৰচাৰ হৈ থকা স্ক্ৰিণশ্বটটোত লিখা হৈছে যে, “দূৰ্গা পূজা হৈছে আটাইতকৈ বিতৰ্কিত বৰ্ণবাদী উছৱ,যত এগৰাকী বগা বৰণৰ সুন্দৰীক দেৱী […]

Continue Reading