কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰 কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩 Facebook Link | […]

Continue Reading

এই ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ হয়নে?

যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ এটা দানপাত্ৰৰপৰা বৃহৎ পৰিমাণৰ টকা উলিয়াই থকাৰ এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাম মন্দিৰৰ দানপাত্ৰৰ য’ত প্ৰথম দিনাই ৩ কোটিৰো অধিক টকা ভক্ত‌ই দান কৰিছে। Facebook Link | […]

Continue Reading