অসমৰ চাহ জনগোষ্ঠীৰ আন্দোলনঃ এটা সৰল আলোচনা

পৰিচয়ঃ অসমক চাহৰ দেশ বুলি কোৱা হয়। অসমৰ চাহে জগতজোৰা খ্যাতি লাভ কৰিছে। কিন্তু এই চাহ বাগিচাসমূহত কাম কৰি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা লক্ষ্যাধিক লোক আজিও বহুতো মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই লোকসকলেই হ’ল অসমৰ চাহ জনগোষ্ঠী। সঘনাই আমি বাতৰি কাকতত বা টেলিভিছনত তেওঁলোকৰ আন্দোলন-প্ৰতিবাদৰ কথা শুনোঁ। এই আন্দোলনবোৰ কিয় হয়, তাৰ কাৰণসমূহ […]

Continue Reading

উজনি অসমৰ ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী স্থাপনে কিদৰে লাভান্বিত কৰিব অঞ্চলটোক। ইয়াৰ আঁৰত বিজেপি চৰকাৰৰ আছে নেকি কোনো ৰাজনৈতিক অভিপ্ৰায়। 

পাতনি চলিত বৰ্ষৰ গণৰাজ্য দিৱসত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূব অসমৰ ডিব্ৰুগড় অসমৰ “দ্বিতীয় ৰাজধানী” হিচাপে গঢ়ি তোলা হ’ব। তেওঁ ডিব্ৰুগড়ত নগৰায়নৰ ক্ষেত্ৰত এক পদক্ষেপৰ কথাও ঘোষণা কৰে, য’ত ডিব্ৰুগড় চহৰখন আৰু গুৱাহাটীৰ মাজত যাতায়তৰ ক্ষেত্ৰত সময় কম কৰাৰ বাবে এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হ’ব। আমাৰ আজিৰ এই লেখাত এই পদক্ষেপৰ অন্য […]

Continue Reading

এই ভাইৰেল ফটোখনত অসমৰ চিকিৎসা কৰ্মীজনে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত প্লাষ্টিকৰ বেগ পিন্ধিছে নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  […]

Continue Reading

অসমৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনত চাৰিজন মানুহৰ দেহত ক’ৰনা ভাইৰাছ ৰোগৰ বীজাণু ধৰা পৰিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading

এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক  ছচিয়েল মিডিয়াত (ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত আমি মাইকী মানুহ এগৰাকী আকৃতি এটাক অস্বাভাৱিক ক্ষিপ্ৰতাৰে ৱাল আৰু খুটাৰে ওপৰ মহলা এটালৈ বগুৱাই যোৱা দেখিছোঁ । আকৃতিটো ওপৰ মহলা গৈ পোৱাৰ পাছত জঁপিয়াই নামি পৰে আৰু দুই ভৰি আৰু হাতেৰে আগুৱাই গৈ ক্ৰমে […]

Continue Reading