বিমান সেৱাৰ অচলাৱস্থাৰ সময়ত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত ৰাম মোহন নাইডুৱে মঞ্চত নৃত্য পৰিৱেশন কৰা দেখা গৈছে। দাবী কৰা হৈছে যে দেশৰ বিমান পৰিবহণ ক্ষেত্ৰত বৰ্তমান চলি থকা অচলাৱস্থাৰ সময়তে অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে এইদৰে কোনো অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিছে। Thread Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

দুবছৰ পূৰ্বৰে বেলুচি লেৱা নৃত্যৰ ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছৰ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে পাকিস্তানৰ বেলুচিস্তানত স্থানীয় লোকসকলে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

সুনীতা উইলিয়ামছে মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা এই ভিডিঅ’টো পুৰণি।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ন মাহ কটাই যোৱা ১৮ মাৰ্চত মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুটছ উইলমোৰ, নিক হেইগ আৰু আলেকজেণ্ডাৰ গৰ্বোনভ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিপ্ৰেক্ষিতত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত য’ত এক মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আন তিনিগৰাকী মহাকাশচাৰীক দেখি সুনীতা উইলিয়ামছে আনন্দত নচা দেখা গৈছে। তেওঁৰ পিছে […]

Continue Reading

ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে‌ এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading

চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ.সোমনাথে নৃত্য কৰা বুলি পুৰণি ভিডিঅ’ প্ৰচাৰ।

চন্দ্ৰযান ৩এ সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন ধৰণৰ ভুৱা তথ্য, মিছা ভিডিঅ’, ফটো আদি চ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত বিয়পি পৰা আমি দেখিছোঁ আৰু সেইসমূহৰ সত্যতা নিৰূপনো আমি কৰিছোঁ। তেনেকুৱা এটা ভিডিঅ’ ফেচবুকৰ ৰীলছৰ ৰূপত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ইছৰোৰ মুৰব্বী এছ. সোমনাথে তেওঁৰ সহকৰ্মীসকলৰ সৈতে আনন্দতে নৃত্য কৰা […]

Continue Reading