এক নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়াৰ ভাইৰেল ভিডিঅ’টো ভূটানৰ নহয়!
যোৱা কেইবাদিনৰপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইৰ নদ-নদী সমূহ ওফন্দি পৰি ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে। এনে সময়তে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখুওৱা হৈছে এটা নদীবান্ধ, য’ৰপৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ আৰু ভূটানে […]
Continue Reading