গ্ৰাহকৰ ভৰিত ধৰি দোকানীয়ে কান্দি থকা এই ভিডিঅ’টো স্ক্ৰিপ্টেড বা চিত্ৰনাট্যযুক্ত।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতী দোকানীয়ে তেওঁৰ দোকানৰ পৰা এগৰাকী গ্ৰাহকে একো নিকিনাকৈ যাবলৈ ওলাওতে কান্দি কান্দি ভৰিত ধৰিছিল। ব্যৱহাৰকাৰীগৰাকীয়ে এইটো সত্য ঘটনা বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

২০২৩ত গাজাত নিহত লোকৰ বাবেহে এংকৰগৰাকীয়ে এনেকৈ কান্দিছিল। অপাৰেচন সিন্দূৰৰ পাছৰ ভিডিঅ’ নহয় এইটো।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ একাধিক ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ এগৰাকী টিভি এংকৰে বাতৰিৰি মাজতে এইদৰে কান্দি দিয়াৰ দৃশ্য। Facebook Link Archived Link Facebook Link […]

Continue Reading

কান্দি থকা শিশুটিৰ ভিডিঅ’টো শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ৰ নহয়।  

শেহতীয়াভাবে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এটি ক্ৰন্দনৰক শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৰ প্ৰথম খণ্ডত মৃতদেহৰ কাষত বহি থকা এটি শিশু আৰু আনটো অংশত গাড়ীত কান্দি কান্দি গৈ থকা শিশু এটিক কোনোবাই সান্ত্বনা দি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহৰাকাৰীয়ে দাবী কৰিছে যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শিশুটিয়ে পিতৃ-মাতৃক হেৰুৱাইছে।  […]

Continue Reading

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত আছাদুদ্দিন ওৱেইছিয়ে কান্দিছিল নেকি?

যোৱা ৪ এপ্ৰিলত ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা হোৱা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে চকু মোহাৰি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হোৱাৰ পাছতে ওৱেইছিয়ে এইদৰে কান্দিছিল। Facebook Link […]

Continue Reading

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা […]

Continue Reading