এইখন ক’ৰনা ভাইৰাছৰ পৰা বাচিবলৈ ৰামদেৱে বেছিকৈ গোবৰ আৰু গো-মূত্ৰ খোৱাৰ ফলত এইমছ্ হস্পিটালত ভৰ্তি হওঁতে তোলা ফটো নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading