বৰ্ধিত উষ্ণতা, বৰ্ষাহীনতা আৰু অসমৰ ভৱিষ্যতঃ এক আলোচনা

প্ৰস্তাৱনা ২০৪০ চনলৈ অসমৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ’ব বুলি আশংকা কৰা হৈছে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি, পৰিৱেশ তন্ত্ৰ আৰু জনস্বাস্থ্যৰ প্ৰতি যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব। এই শংকা প্ৰকাশ কৰিছে বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতা বিদ্যালয়ে । পূৰ্বাভাস অনুসৰি ভাগ-বতৰা কৰা আৰ্থ-সামাজিক পথ (shared socio-economic pathway) ২-৪.৫ পৰিস্থিতিৰ যি মধ্যমীয়া নিৰ্গমন, তাৰ বৰ্তমান […]

Continue Reading