এয়া আচলতে ডুবাইৰ জেবেল আলী বন্দৰত মিছাইলৰ অৱশেষ পৰি ওলোৱা ধোৱা আৰু জুইৰ দৃশ্যহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে অতি শেহতীয়াকৈ আমেৰিকান ডেটা চেণ্টাৰত কৰা আক্ৰমণৰ পাছৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ইৰাণে কালি আমেৰিকান ডেটা চেন্টাৰ ১৮টা আক্ৰমণ কৰাৰ ভাবুকী দি কালি নিশা কৰিম বুলি কৰি দেখুৱালে। নিশা ১০’৩০ৰ সময় দি সকলো কৰ্মচাৰীকে কিঃমিটাৰ আঁতৰি যাবলৈ নিৰ্দেশ দিছিল-১৮ কোম্পানীৰ তালিকা খনত […]

Continue Reading

এয়া আচলতে ৱাশ্বিংটন ডিচিত সামৰিক শক্তি মোতায়েনৰ প্ৰতিবাদত জনতাই উলিওৱা ট্ৰাম্প বিৰোধী মিছিলৰ দৃশ্য়।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকাত ট্ৰাম্পৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী সমদলৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ডোনাল্ড ট্ৰাম্প-ন্যেত্যুনুহুৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ। আমেৰিকাৰ ৫০চহৰত ৯০লাখ লোক ওলাই আহিল। ইজৰাইলত আমেৰিকাতকৈয়ো বৃহত প্ৰতিবাদ আৰম্ভ। ট্ৰাম্প ও ন্যেত্যানুহুৱে কৰিছে বিশ্বক নৰকুন্ডত পৰিণত। এপ্সটেইন ফাইলক […]

Continue Reading

পুৰণি আৰু সম্পৰ্কহীন দৃশ্যৰে হৰমুজ প্ৰণালীত আমেৰিকাৰ জাহাজ জব্দ কৰা বুলি দাবী।       

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ষ্ট্ৰেইট অৱ হৰমুজ পাৰ হ’বলৈ চেষ্টা কৰি ইৰাণৰ হাতত আটক হোৱা আমেৰিকাৰ এখন জাহাজৰ  দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–   আমেৰিকাই দাদাগিৰি চলালে ষ্ট্ৰেইট অৱ হৰমুজতো। ইৰাণৰ ওচৰত হাৰ মানি আটক হল জাহাজ-নাৱিক। ইৰাণে বলবৎ কৰা ট্ৰেনজিত কৰ নিদি বলপুৰ্বকভাৱে দাদাগিৰি দেখুৱাই পলাই যাবলৈ চেষ্টা […]

Continue Reading

এয়া আচলতে ছিংগাপুৰৰ চাংগী পোৰ্টৰ দৃশ্যহে। হৰমুজ প্ৰণালীৰ নহয়।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ষ্ট্ৰেইট অৱ হৰমুজত আৱদ্ধ হৈ থকা জাহাজৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  ইৰাণৰ ‘ষ্ট্ৰেইট অৱ হৰমুজ’ত অৱৰোধৰ ফলত ৰৈ থকা বিশ্বৰ বিভিন্ন দেশৰ জাহাজ সমুহৰ আকাশৰ পৰা দৃশ্য। ৩৩ কিলোমিটাৰ দৈৰ্ঘ আৰু ৩ কিঃমিঃ বহল হৰমুজ। পশ্চিমৰ পাৰচ খাড়ীত ইৰাণৰ অৱৰোধত জব্দ জাহাজ। শত্ৰু […]

Continue Reading

এয়া আচলতে Elnaz Mansouri নামৰ এগৰাকী শিল্পীৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অথবা AI Generated ভিডিঅ’হে।   

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয় যুদ্ধৰ বিভীষিকাৰ মাজতে ইৰাণীসকলে নৱবৰ্ষ উদযাদপনৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– যুদ্ধৰ বিভিষিকাৰ মাজতো সাহসী ইৰাণীয়ান সকলে উদযাপন কৰিছে পাৰ্চী নওৰুজ অৰ্থাৎ নববৰ্ষ  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এয়া ইৰাণে জেৰুজালেমত শেহতীয়াকৈ চলোৱা আক্ৰমণৰ দৃশ্য নহয়। জানক সত্য  

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ জেৰুজালেমৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ইৰাণৰ ধাৰাবাহিক আ**মণত ধ্বংসস্তূপ পৰিণত ইজৰাইলৰ ৰাজধানী জেৰুজালেম। শ শ বেলিষ্টিক মিছাইলৰ প্ৰচণ্ড আঘাতত কঁপি উঠিল জেৰুজালেম।   Facebook Link Archived Link একেটা প্ৰতিষ্ঠানৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো সেই দাবীৰে ভিডিঅ’টো আপলোড কৰা হৈছে। […]

Continue Reading

এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণেশ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  শ শ মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আঘাত ইৰানৰ। ২৮ ইজৰাইলীৰ জীৱন শেষ। সমগ্ৰ ইজৰাইলত জাৰি হাইএলাৰ্ট। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

এয়া ইৰাণৰ আকাশত নহয়, ইজৰাইলৰ তেল আভিভত চলা আক্ৰমণৰ দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণৰ আকাশত ইজৰাইল আৰু আমেৰিকাৰ দ্বাৰা ৭ মাৰ্চ ২০২৬ত কৰা যুটীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  ইৰাণৰ আকাশত মহাযুদ্ধ! আজি ৭ মাৰ্চৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া আক্ৰমণত দিশহাৰা ইৰাণৰ বায়ুসেনা। আকাশতে ধ্বংস হ’ল ইৰাণৰ কেইবাখনো যুদ্ধবিমান। ইয়াৰ পাছত কি […]

Continue Reading

এয়া ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ এক দৃশ্য নহয়। এয়া গাজাৰহে দৃশ্য। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ মাজত শেহতীয়াভাৱে চলি থকা যুদ্ধৰ এক দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- কেতিয়া শেষ হ’ব এই ধ্বংসলীলা? যুদ্ধই কেৱল মৃত্যু আৰু দুখহে কঢ়িয়াই আনে। ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতত বলি হৈছে হাজাৰ হাজাৰ সাধাৰণ মানুহ। আমি শান্তি বিচাৰোঁ নে ক্ষমতাৰ নামত ধ্বংস? আপোনাৰ মতামত […]

Continue Reading

এয়া ইৰাণে শেহতীয়া যুদ্ধৰ সময়তেই পাৰমনৱিক পৰীক্ষা চলোৱা দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধৰ মাজতেই পাৰমানৱিক পৰীক্ষা চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- সৰ্বোচ নেতা আয়াতুল্লাহ আলি খোমাইনীয়ে ইছলামত মানৱ জাতি আৰু সমস্ত জীৱকুল ধ্বংস হব পৰা কাম কৰা হাৰাম ৰূপে ফটোৱা জাৰি কৰা কাৰণে প্ৰকৃততে পাৰমাণৱিক কাৰ্যক্ৰম জাৰি ৰাখিলেও পৰীক্ষা চলোৱা  নাছিল-আমেৰিকা-ইজৰাইলে অপপ্ৰচাৰ চলাইহে […]

Continue Reading