ক’ৰনা ভাইৰাছ আচলতে এটা মনে সজা কাহিনী হয় আৰু এক গোপনে সজা বায়’ৱেপনৰ দুৰ্ঘটনাৰ পাছত ইয়াক গাপ দিবলৈ উক্ত কাহিনীটো ৰচা হৈছিল নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading