কানাডাত খামেইনীৰ ফটো জ্বলাই চিগাৰেট সেৱন কৰা দৃশ্যক ইৰাণত হোৱা বিদ্ৰোহৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে ইৰাণৰ শাসক খামেইনীৰ ফটো এখন জ্বলাই সেই জুইৰে চিগাৰেট এটা জ্বলাইছে। দাবী কৰা হৈছে যে সেইগৰাকী যুৱতীয়ে এইদৰে ইৰাণৰ শাসকৰ বিৰুদ্ধে ইৰাণত প্ৰতিবাদ কৰিছে। ইৰাণত জনতাৰ বিদ্ৰোহৰ দৃশ্য বুলি সেই ভিডিঅ’টো ভাইৰেল কৰা হৈছে। Facebook Link […]
Continue Reading
