বয়সস্থ মুছলমান লোকে এগৰাকী কম বয়সীয়া যুৱতীক বিয়া কৰোৱাৰ এই ভিডিঅ’টো স্ক্ৰীপ্টেড।

শেহতীয়াকৈ ক‌ইনাৰ পোছাক পৰিহিত এগৰাকী কম বয়সীয়া যুৱতীক দৰাৰ পোছাক পৰিহিত এজন বয়সস্থ মুছলমান লোকে টনা আজোৰা কৰি থকাৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এনে ঘটনা যদি #হিন্দু_সমাজত সংঘটিত হ’লহেঁতেন , তেন্তে ই #আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিৰোনাম দখল কৰিলেহেঁতেন…” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

এগৰাকী ক‌ইনাই সঁচাকৈয়ে বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ  গৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে এগৰাকী ক‌ইনাই বিবাহৰ দুঘণ্টা পূৰ্বে নিজৰ প্ৰাক্তন প্ৰেমিকক লগ ধৰিবলৈ গৈছে। ভিডিঅ’টোত কোৱা হৈছে ক‌ইনাগৰাকীৰ নাম শ্ৰেয়া আৰু গাড়ীচালকৰ আসনত থকা ব্যক্তিজন ক‌ইনাগৰাকীৰ বন্ধু। ক‌ইনাগৰাকীয়ে বহুত অনুৰোধ কৰাত বন্ধুজনে তেওঁক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে শেষবাৰৰ বাবে সাক্ষাৎ কৰাবলৈ লৈ আহিছে। Facebook Link | […]

Continue Reading