মল্লিকাৰ্জুন খাৰ্গেৰ  মূল মন্তব্যক সম্পাদনা কৰি অন্য অৰ্থ প্ৰকাশ কৰা হৈছে।   

যোৱা ৪ চেপ্তেম্বৰ, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি খাৰ্গেই মন্তব্যৰ জৰিয়তেই দাবী কৰিছে যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই। ভিডিঅ’টোত শুনা গৈছে এইদৰে- কল যো ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে, এক গায়ক কো দিয়ে হে, ইচকা বড়া দুখ হে হমে। ভিডিঅ’টোৰ  কেপছনত লিখিছে […]

Continue Reading

“দ কাশ্মীৰ ফাইল্চ” ছবিখনে সঁচাকৈয়ে “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰিছেনে?

বহুলভাৱে চৰ্চিত ছবি “দ কাশ্মীৰ ফাইল্চে” ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা বুলি এটা বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link আনকি ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়েও নিজৰ টুইটাৰ একাউণ্টৰ পৰা এই খবৰটো টুইট কৰিছিল। এই টুইটটোত “DadaSahebPhalkeAwards2023” হেশ্বটেগৰ ব্যৱহাৰ কৰা হৈছিল। Archived Link কিন্তু সেই টুইটটোত […]

Continue Reading