কাজিৰঙাৰ এই নান্দনিক ফটোবোৰ লক ডাউনৰ সময়ত তোলা নহয়!
ফেচবুক পোষ্ট । সংৰক্ষিত পোষ্ট যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ […]
Continue Reading