পুৰণি আৰু সংগতিহীন ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।   

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ দৃশ্য সেয়া। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে আফগানিস্তানত একাংশ তালিবানে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading

মেজৰ ক্ৰিষ্টিন উল্ফ নামৰ মহিলা যুদ্ধবিমান চালকৰ ভিডিঅ’ ছ’ফিয়া কুৰেশ্বীৰ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে যুদ্ধ বিমানত উঠি যুদ্ধৰ বাবে সাজু হোৱা সেয়া ভাৰতীয় সেনা বিষয়া ছ’ফিয়া কুৰেশ্বী।  পোষ্টসমুহত আনকি ভ্যোমিকা সিঙৰ কথাও উল্লেখ কৰা আমি দেখিছোঁ।   Facebook Link Archived […]

Continue Reading

২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে […]

Continue Reading

এই ভিডিঅ’টো পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ হয়নে?

২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪০জন চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল। এই দিনটোক ভাৰতত “ক’লা দিন” হিচাপে চিহ্নিত কৰা হৈছে। যোৱা ১৪ ফেব্ৰুৱাৰীত সেই দুৰ্ভাগ্যজনক দিনটোৰ চাৰি বছৰ পূৰ্ণ হ’ল। চ’চিয়েল মেডিয়াত পুলৱামা আক্ৰমণ, ক’লা দিন, ব্লেক দে’ আদি শিৰোনাম তথা হেশ্বটেগেৰে বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গ’ল। […]

Continue Reading

FACT CHECK: এইটো পুৰণি ভিডিঅ’ আৰু নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই!

যোৱা ৪ ডিচেম্বৰত, নাগালেণ্ডৰ এখন জিলা মনত ১৪ জন সাধাৰণ লোকক গুলীয়াই হত্যা কৰা হৈছিল। সুৰক্ষা বাহিনীয়ে শ্ৰমিকৰ এটা দলৰ ওপৰত গুলী চালনা কৰিছিল যিয়ে তেওঁলোকক বিদ্ৰোহী বুলি ভুলকৈ ধাৰণা কৈছিল। চৰকাৰে এই বিষয়ত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। এই ঘটনাই নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । […]

Continue Reading

ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ’টো ২০১৫ চনৰ হয়!

ফেচবুক পোষ্টৰ | সংৰক্ষিত পোষ্ট  দেৱালীৰ ঠিক পাছতেই এটা বিশেষ ভিডিঅ’  ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত বিশেষকৈ বহুল ভাৱে প্ৰচাৰ হোৱা এই ভিডিঅ’টোত ভাৰত আৰু পাকিস্তানৰ সৈন্যক মিঠাই আৰু নানা উপহাৰ বিনিময় কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে দাবী কৰা হৈছে যে এই ভিডিঅ’টো শেহতীয়াকৈ হৈ […]

Continue Reading