আমেৰিকাৰ পৰা বিতাড়িত অন্য দেশৰ নাগৰিকৰ ফটোকে ভাৰতীয় নাগৰিকৰ ফটো বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে যোৱা ৪ ফেব্ৰুৱাৰী ২০২৫ত আমেৰিকাৰ পৰা ১০৪গৰাকী ভাৰতীয় লোকক বিতাড়ন কৰা হৈছিল। তাৰে পৰিপ্ৰেক্ষিতত কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি কৰিছে। দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বিতাড়িত ভাৰতীয়সকলৰ। ইতিমধ্যে তেনেকুৱা একাধিক ফটো আৰু ভিডিঅ”ৰ সত্যতা নিৰূপণ আমি কৰিছো।  যোৱা ৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত দুখন ফটো আপলোড কৰি […]

Continue Reading

সঁচাকৈয়ে ৰাছিয়াই আমেৰিকাক আক্ৰমণ কৰিছে নেকি?

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাক। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি ভাইৰেল ভিডিঅ’টো ভালদৰে চাই আমি দেখিলোঁ যে তাত হিজবুল্লাই আমেৰিকাৰ সেনা […]

Continue Reading