জেএনইউ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষৰ সোঁহাতত বেণ্ডেজ থকা ছবিখন ভুৱা!
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষ আৰু তেওঁৰ কিছু সহপাঠীৰ ওপৰত মুখমণ্ডল চিনিব নোৱাৰাকৈ কাপোৰ মেৰিয়াই অহা একাংশ লোকে হঠাৎ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি আক্ৰমণ কৰে। এই ঘটনাত আইছি ঘোষ মূৰ আৰু হাতত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্তিৰ ঠিক পাছতেই তোলা তেওঁৰ কিছু ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । এতিয়া ছচিয়েল মিডিয়াত […]
Continue Reading