বিজেপিয়ে দিল্লীৰ শাসনভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আম্বেদকাৰ আৰু ভগত সিঙৰ প্ৰতিকৃতি আঁতৰাই পেলোৱা প্ৰসংগত এক বিৱৰণাত্মক আলোচনা। 

প্ৰস্তাৱনা শেহতীয়াকৈ দিল্লীত চৰকাৰ সলনি হোৱাৰ পাছত একাধিক বিষয়ে অভিযোগ-প্ৰতি অভিযোগৰ ৰূপ লৈ সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত ব্যাপক ৰূপত আলোচিত হৈছে। বিশেষকৈ নৱ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক কেন্দ্ৰ কৰি আনকি ভুৱা প্ৰচাৰো দেখা গৈছে। যোৱা ২৬ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এই বিষয়ত পোষ্ট কৰা দেখা গৈছে। লিখিছেঃ ক্ষমতা পায়েই বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ […]

Continue Reading

অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰিছিল নেকি? অসম্পূৰ্ণ ভিডিঅ’ ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত দিল্লীৰ পূৰ্বৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক কোনো অনুষ্ঠানত ভাষণ প্ৰদান কৰা দেখা গৈছে। ভিডিঅ’টোত অৰবিন্দ কেজৰিৱালে নিজকে সমালোচনা কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নিজকে প্ৰশংসা কৰি থকা অৱস্থাত কেজৰিৱাল৷ ইফালে দিল্লীত নিৰ্বাচন সমাগত৷ 😂” Facebook Link | Archived Link  কিন্তু সঁচাকৈয়ে অৰবিন্দ […]

Continue Reading

এইখন আপ নেতা তাহিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ফটো নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে ।  এই সময়তে আম আদমী পাৰ্টি (আপ) কাউন্সিলৰ তাহিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে দিল্লীৰ […]

Continue Reading