বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ হিচাপে ৰঘুৰাম ৰাজনক নিযুক্তি দিয়া হৈছেনে? সত্য পঢ়ক!
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে বুলি দাবী কৰি বিভিন্ন পোষ্ট তথা আপডেট বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনোৱাৰ বিপৰীতে ভাৰত চৰকাৰক সমালোচনা কৰিছে । এনে ধৰণৰ পোষ্ট অসমৰ […]
Continue Reading