বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে, “উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায় ৪ মাহৰ কাৰাবাস বিজয় মালিয়াক ৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়” | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]
Continue Reading