মেপখনত দেখুওৱা বেঙুনীয়া ৰেখাবোৰে এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ দেখুওৱা নাই
শেহতীয়াকৈ মধ্য প্ৰাচ্য আৰু পূব ইউৰোপৰ অঞ্চলসমূহত বেঙুনীয়া ৰেখাৰে বিয়পি থকা এখন মেপ ভাইৰেল হোৱা দেখা গৈছে। কোৱা হৈছে যে সেয়া এটা ঈগলৰ ২০ বছৰৰ যাত্ৰাপথ। দাবী কৰা হৈছে যে ৰাছিয়াত এটা ঈগলৰ দেহত ট্ৰেকাৰ সংস্থাপিত কৰা হৈছিল আৰু ঈগলটোৱে যাত্ৰা কৰা বিভিন্ন অঞ্চলত সেই মেপখনত দেখুওৱা হৈছে। এনে এটা পোষ্ট আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছিল। […]
Continue Reading