FACT CHECK: বাহাদুৰ শ্বাহ জফৰৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছিল নেকি?
অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈছে এই দাবীৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ সমাধিত জফৰৰ জন্মদিনত শ্ৰদ্ধাঞ্জলী জনাইছে। পোষ্টটোত এখন ফটো আছে য’ত দেখা গৈছে যে মোদীয়ে এক সমাধিত পুষ্পাঞ্জলী কৰি আছে। পোষ্টটোত কেপছন লিখা আছে- “মুখ্যমন্ত্ৰীৰ বিপৰীত মেৰুত ! মোগল বাদশ্বাহলৈ প্ৰধান সেৱকৰ প্ৰণাম ! মোগল বাদশ্বাহ বাহাদুৰ শ্বাহ জফৰলৈ […]
Continue Reading