শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে নেকি?

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন ফটো ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। ফটোখনত ভাৰতৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে এটা বিশেষ বৰণৰ জেকেট পিন্ধা দেখা গৈছে। লগতে এখন পতাকাও দেখা গৈছে। দাবী কৰা হৈছে যে শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে।   Archived Link কিন্তু এই দাবীটো সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading