শ্বাহৰুখ খানে লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলোৱা নাছিল; তেওঁ মাস্ক খুলি কি কৰিছিল জানি লওক!
ভাৰত ৰত্ন লতা মংগেশকাৰৰ দেওবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় । ক’ৰনা আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পিছত তেওঁক যোৱা এমাহ ধৰি মুম্বাইৰ ব্ৰিজ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বলীউডৰ কেইবাজনো তাৰকাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল । অভিনেতা শ্বাহৰুখ খানে ছচিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি […]
Continue Reading