মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি?
পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি থকা যেন দেখা এখন ফটো অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ আছে। এজন হোৱাটচএপ ব্যৱহাৰকাৰীয়ে আমাৰ Factline নম্বৰত উক্ত ফটো থকা এক ফেচবুক লিংক আমাৰ লগত শ্বেয়াৰ কৰিছিল। Archived Link পোষ্টটোৰ কেপচনত লিখা আছে: “ফটো এখন পালোঁ। চাওক চোন সকলোৱে। মই বহু দিনৰ পূৰ্বে #কৈছিলোঁ,,, যে […]
Continue Reading