লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, “আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য’ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব । তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা […]

Continue Reading

কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ’টো সন্দেশখালিৰ নহয়।

উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট […]

Continue Reading

ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে‌ এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading

ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে  এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে […]

Continue Reading