মহাত্মা গান্ধীৰ সম্পাদিত ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল।

যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীৰ বিভিন্ন ফটো ভাইৰেল হোৱা দেখা গৈছে। তেনে এখন ফটো আমাৰ দৃষ্টিগোচৰ হ’ল য’ত মহাত্মা গান্ধীক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ […]

Continue Reading

মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা সভাত পাকিস্তান আৰু ভাৰতৰ সংখ্যালঘুসকলৰ সম্পৰ্কে কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে।

দেশত কা বলৱৎ হোৱাৰ পিছতে আইনখনৰ সপক্ষে আৰু বিপক্ষে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এনে সময়তে মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ২৬ চেপ্তেম্বৰৰ প্ৰাৰ্থনা সভাত কৰা বক্তব্য বুলি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত লিখা আছে এইদৰে,”মহাত্মা গান্ধীৰ ২৬ ছেপ্তেম্বৰ ১৯৪৭ চনৰ এখন প্ৰাৰ্থনা সভাৰ বক্তব্যত কৈছিল -‘যি সকল হিন্দু আৰু শিখ পাকিস্তানত […]

Continue Reading

গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক দেখা গৈছে আৰু তাত গৌৰৱ গগৈয়ে এইদৰে কোৱা বুলি উল্লেখ কৰা হৈছে,” মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই”। Facebook Link | Archived Link  কিন্তু গৌৰৱ গগৈয়ে সঁচাকৈয়ে তেনেদৰে কৈছিলনে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে‌ এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]

Continue Reading