২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।
শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]
Continue Reading