কলকাতা ধৰ্ষণ-হত্যাকাণ্ডক সৌৰভ গাংগুলীয়ে ‘এটা সাধাৰণ ঘটনা’ বুলি অভিহিত কৰিছে নেকি? সত্যাটো জানক ইয়াত। 

শেহতীয়াভাবে কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ পাছত সমগ্ৰ দেশতেই ইয়াৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত ভুক্তভোগীৰ ন্যায়ৰ দাবীত তথা অভিযুক্তৰ উচিত শাস্তিৰ দাবীক বিভিন্নজনে নিজ নিজ বক্তব্য আগবঢ়াইছে। তেনেকুৱা এক সময়তে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ এটা বক্তব্য যঠেষ্ট ভাইৰেল হৈছে। দাবী কৰা হৈছে যে গাংগুলীয়ে এই […]

Continue Reading

মুম্বাইত ছিয়া মুছলমানসকলে আছুৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা নাছিল। ঘোঁৰাটোৰ গাত ৰং সানি সেইদৰে লৈ যোৱা হৈছিল।  

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক জনসমুহৰ মাজত এটি ৰক্ত ৰঞ্জিত শুকুলা ঘোঁৰাক আগুৱাই লৈ যোৱা দেখা গৈছে। ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা বুলি দাবী কৰি ভিডিঅ’টো ফেচবুকত প্ৰচাৰ কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰচাৰ কৰি সেয়া মুম্বাইৰ ৰাজপথত ছিয়া মুছলমানে আছুৰা নামৰ উৎসৱ পালনৰ সময়ত ঘোঁৰাটোক সেইদৰে আহত কৰা বুলি […]

Continue Reading

পুৰীৰ জগন্নাথ ৰথযাত্ৰাত শ্বাসৰূদ্ধ হৈ এজন লোকৰহে প্ৰাণহানি হৈছে, তিনিজনৰ নহয়। 

শেহতীয়াভাবে অসমত এটা বিশেষ খবৰ ভাইৰেল কৰা হৈছে যে অতি শেহতীয়া পুৰীৰ জগন্নাথ ৰথযাত্ৰাত হোৱা ঠেলা-হেঁচাত মানুহৰ ভৰিৰ গচকত ৪০০জন ভক্ত আহত হৈছে আৰু তিনিজন ভক্তৰ মৃত্যু ঘটিছে। আহতসকলৰ বহুজনৰ অৱস্থা সংকটজনক বুলিও উল্লেখ কৰা হৈছে। তদুপৰি মৃতকৰ সংখ্য়া বাঢ়িব পাৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ বুলি প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজে জগন্নাথ ৰথযাত্ৰাৰ এখন […]

Continue Reading

পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading

২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত […]

Continue Reading

৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।  পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ […]

Continue Reading

২০১৫চনতে ষ্টান গ্ৰেনেডত আহত সাংবাদিকৰ ফটো শেহতীয়া ইজৰাইল-হামাছ সংঘাতৰ সময়ৰ বুলি শ্বেয়াৰ কৰা হৈছে।   

শেহতীয়াভাৱে মূৰ আৰু মুখত বেণ্ডেজ বান্ধি লাইভ ৰিপ’ৰ্টিং কৰা এগৰাকী সাংবাদিকৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে পূব জেৰুজালেমত ইজৰাইলী গ্ৰেনেডৰ আক্ৰমণত আহত হোৱাৰ পাছতো তেওঁ পুনৰ এইদৰে ৰিপ’ৰ্টিং কৰিছিল। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবীটো শেহতীয়া ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে জড়িত কৰিছে। আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই ফটোখন প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading

কেপচিকামৰ ভিতৰত এয়া বিশ্বৰ ক্ষুদ্ৰতম বিষাক্ত সাপ হয়নে? সত্যটো কি?

শেহতীয়াভাৱে ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত দেখা গৈছে এটা সেউজীয়া কেপচিকামৰ ভিতৰত এটা বিশেষ পোক। কোৱা হৈছে যে ই বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ বিষাক্ত সাপ। ২ মিনিটৰ এই ভিডিঅ’টোত দেখা গৈছে যে এজন ব্যক্তিয়ে কেপচিকামৰ ভিতৰৰ পৰা সূতাৰ দৰে বগা ৰঙৰ পোকটো খুচৰি উলিয়াইছে। ভিডিঅ’টোৰ কেপচনত কোৱা হৈছে যে “অতি গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত বিষয়। ইয়াক […]

Continue Reading