ফটোখনত থকা ব্যক্তিগৰাকী মহাত্মা গান্ধী হয়নে?
শেহতীয়াকৈ চ’চিয়েল মেডিয়াত মহাত্মা গান্ধীৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত মহাত্মা গান্ধীৰ নিচিনা অৱয়বৰ এজন ব্যক্তিয়ে এগৰাকী মহিলাৰ লগত নৃত্য কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে মহাত্মা গান্ধীয়ে এইদৰে মহিলাগৰাকীৰ লগত নৃত্য কৰি আছিল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা […]
Continue Reading