এই ভিডিঅ’টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়।
২৭ জুনত নাহেল নামৰ এজন ১৭ বছৰীয়া ফৰাচী-আলজেৰিয়ান যুৱকক এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিছিল। কোৱা হৈছে যে তেওঁ কৰ্তৃপক্ষক সহযোগ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বাবেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ফ্ৰান্সত হিংসা আৰম্ভ হয়। এই ঘটনাৰ পিছত ইণ্টাৰনেটত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা […]
Continue Reading