FACT CHECK: প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

এগৰাকী মহিলাৰ সমুখত প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা এখন ফটো বিভিন্ন ভাষাত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী উদ্যোগপতি গৌতম আডানিৰ পত্নী ।  আব্দুল হাছিব নামৰ এঝন ফেচবুক ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা পোষ্ট কৰিছে আৰু ফটোখন শ্বেয়াৰ কৰি লিখিছে “এই ফটোত দেখা মহিলাজনী গুজৰাটী ব্যৱসায়ী আদানি”ৰ পত্নী,,,, আৰু হাত জোৰ কৰা […]

Continue Reading

FACT CHECK: পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকৰ ফটো এখন বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ একাংশ লোকে প্ৰতিবাদ কৰা বুলি অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰি থকা দেখা গৈছে। ফটোখনত, যিখন ৰাতি তোলা হৈছে, আমি দেখা পাওঁ যে প্ৰতিবাদকাৰীসকলে ৰাজপথত “GO BACK MODI” লেখি এখন পেইন্টিং আঁকি আছে।  এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখনৰ […]

Continue Reading

FACT CHECK: ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!

এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত  উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়। Original Link-Facebook | Archived […]

Continue Reading

FACT CHECK: বাহাদুৰ শ্বাহ জফৰৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছিল নেকি?

অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈছে এই দাবীৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ সমাধিত জফৰৰ জন্মদিনত শ্ৰদ্ধাঞ্জলী জনাইছে।  পোষ্টটোত এখন ফটো আছে য’ত দেখা গৈছে যে মোদীয়ে এক সমাধিত পুষ্পাঞ্জলী কৰি আছে। পোষ্টটোত কেপছন লিখা আছে- “মুখ্যমন্ত্ৰীৰ বিপৰীত মেৰুত ! মোগল বাদশ্বাহলৈ প্ৰধান সেৱকৰ প্ৰণাম !  মোগল বাদশ্বাহ বাহাদুৰ শ্বাহ জফৰলৈ […]

Continue Reading

FACT CHECK: বিলাসী বিমান এখনৰ ভিতৰচোৱাৰ ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰা বিলাসী বিমানৰ হয় নেকি?

এখন বিলাসী বিমানৰ ভিতৰৰ অত্যাধুনিক সা-সুবিধাসম্পন্ন এটা অংশৰ এখন ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ বিলাসী বিমানৰ ভিতৰভাগৰ বুলি প্ৰচাৰ কৰি বিশেষকৈ অসমত ভাইৰেল হৈ পৰা দেখা গৈছে।  তেনেকুৱা এটা ফেচবুক পোষ্টতেই লিখিছিল—  “চাহ বেপাৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীত্বৰ পদ শুৱনি কৰা আমাৰ প্ৰধানসেৱকে তেওঁৰ বিখ্যাত হবি “বিদেশ ভ্ৰমনৰ” বাবে নতুনকৈ ক্ৰয় কৰা ৮৬০০ কোটি টকীয়া উৰা […]

Continue Reading