যশোদাবেন মোদীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

দেশত লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এখন ফটো ভাইৰেল হোৱা দেখা গৈছে। এই ফটোখনত যশোদাবেনক এখন কাগজ লৈ থকা দেখা গৈছে। তাত লিখা আছে এইদৰে,”सबसे पहली”गारंटी” उसने.. मुझे दी थी! बाकि आप समझदार हो!(সকলোতকৈ প্ৰথম গ্যেৰাণ্টী তেওঁ মোক দিছিল! […]

Continue Reading

যশোদাবেন মোদীৰ এই টুইটাৰ একাউণ্টটো ভুৱা।

কিছুদিন পূৰ্বে আৰজেডি দলৰ সভাপতি লালু প্ৰসাদ যাদৱে পাটনাত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এক সভাত ভাষণ দিছিল। ভাষণত তেওঁ কয় যে মোদীৰ কোনো পৰিয়াল নাই আৰু প্ৰকৃত হিন্দুও নহয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ১৪০ কোটি লোক তেওঁৰ পৰিয়াল। ইয়াৰ পিছতে অসমৰ হোৱাটচ‌এপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এক্স হেণ্ডল বুলি এটা […]

Continue Reading

এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ লগত কোনো সম্পৰ্ক নাই।

২৪ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে। এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিকৰ সৈতে বহি খাদ্য খোৱাৰ ফটো ভাইৰেল হৈ পৰিছে। চ’চিয়েল মেডিয়াত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম মন্দিৰ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে খাদ্য গ্ৰহণ কৰি আছে। অসমৰ […]

Continue Reading

ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম ন’বেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হোৱা বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। ন’বেল শান্তি বঁটা কমিটিৰ ডেপুটি লীডাৰ এচলে টোজেৰ এক সাক্ষাৎকাৰৰ উদ্ধৃতি দি টাইমছ নাও নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে বাতৰি পৰিৱেশন কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ন’বেল শান্তি বঁটাৰ বাবে এগৰাকী ডাঙৰ প্ৰতিদ্বন্দীৰ অন্যতম। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও একেটা ভিডিঅ’ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে – “আৰবে […]

Continue Reading

মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীৰ ছবি অংকন কৰিছিল নেকি? 

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি অংকন কৰি থকা যেন দেখা এখন ফটো অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ আছে। এজন হোৱাটচ‌এপ ব্যৱহাৰকাৰীয়ে আমাৰ Factline নম্বৰত উক্ত ফটো থকা এক ফেচবুক লিংক আমাৰ লগত শ্বেয়াৰ কৰিছিল। Archived Link পোষ্টটোৰ কেপচনত লিখা আছে: “ফটো এখন পালোঁ।  চাওক চোন সকলোৱে। মই বহু দিনৰ পূৰ্বে #কৈছিলোঁ,,, যে  […]

Continue Reading