FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আইজি ন’বেল বঁটা প্ৰদান কৰা হ’ল । দাবী কৰা হৈছে যে এইয়া এক আন্তঃৰাষ্ট্রীয় সন্মান হয় আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে । মহামাৰী ক’ভিড–১৯ক লৈ বিশ্বত সজাগতা প্রচাৰ কৰাৰ লগতে এই মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ […]

Continue Reading