এই ভিডিঅ’টোত পাঠান ছবিখনৰ বিষয়ে মন্তব্য কৰা হোৱা নাই
যোৱা ২৫ জানুৱাৰীত মুক্তি লাভ কৰা শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনিত পাঠান ছবিখন মুক্তি লাভৰ পূৰ্বৰে পৰাই চৰ্চাত আছে। মুক্তিৰ পিছতো বিভিন্ন ধৰণৰ পোষ্ট চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে ছবিখনৰ সপক্ষে অথবা বিপক্ষে। অলপতে এটা পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত আছিল এটা ভিডিঅ’ আৰু কেপশ্বনত লিখা আছিল এইদৰে “পাঠানত প্ৰিয় অভিনেতাজনৰ অভিনয় চোৱাৰ পাছত […]
Continue Reading