ৰে’লৱে ষ্টেচনৰ ৱেইটিং ৰুম, স্নানাগাৰ -শৌচাগাৰ ব্যৱহাৰৰ বাবদ জি এচ টি আৰোপ কৰা হোৱা নাই
শেহতীয়াকৈ এটা বিশেষ বাতৰি বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিত কোৱা হৈছে যে ৰে’ল ষ্টেচনৰ ৱেইটিং ৰুম ব্যৱহাৰৰ বাবদ প্ৰতি ঘণ্টাত ৩০ টকাকৈ দিব লাগিব। তদুপৰি শৌচাগাৰ ব্যৱহাৰ কৰিলে দিব লাগিব ১২% জি এচ টি। Facebook Link এই বাতৰিটো আমাৰ হোৱাটচএপ নম্বৰলৈও আহিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]
Continue Reading