ফিলিপাইনছ আৰু ভিয়েটনামত জনপ্ৰিয় খাদ্য ‘বালুট’ৰ ফটো কণীৰ ভিতৰত ওলোৱা সাপৰ বুলি ভাইৰেল।
শেহতীয়াকৈ ফেচবুকত এটা খবৰ ভাইৰেল হৈছে য’ত কুকুৰাৰ কণীৰ ভিতৰত ৰান্ধনীয়ে মৃত সাপ পোৱা বুলি কোৱা হৈছে। ঘটনাটো পশ্চিমবঙ্গৰ জামুৰিয়াৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ বুলি কোৱা হৈছে। বাতৰিটোৰ লগত এখন ফটোও সংলগ্ন কৰা হৈছে। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে গুগলত প্ৰাসংগিক […]
Continue Reading