পাকিস্তানতো ‘কা’ বলৱৎ কৰা হ’ব বুলি প্ৰচাৰ কৰা দাবীটো ভূৱা।  

শেহতীয়াভাৱে ভাৰতত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ ঘোষণাৰ পাছতেই এটা টুইট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ নামত তেওঁৰ এক্স (টুইটাৰ)ৰ স্ক্ৰীণশ্বট এটা দিয়া হৈছে। ভাৰতত কাৰ্যকৰী হোৱা নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ পৰিপ্ৰেক্ষিতত পাকিস্তানে নিজৰ এক CAA কাৰ্যকৰী কৰাৰ সিদ্ধান্তক লৈ লিখা হৈছে সেই টুইটত। লগতে টুইটটোত লিখা আছে যে […]

Continue Reading

FACT CHECK: আইমী বৰুৱায়ে ‘কা’ নমনা লোকক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কোৱা নাছিল!

শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ যোগেদি এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰি দাবী কৰিছে যে অসমৰ বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱায়ে এক ভাষণত ‘কা’ বা নাগৰিকত্ব সংশোধনী আইন নমনা লোক সকলক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱা হব বুলি কৈছে ।  Original Link- Facebook | Archived Link […]

Continue Reading