এইখন এ পি জে আব্দুল কালামৰ অন্তিম মূহুৰ্তৰ ফটো নহয়

যোৱা ২৭ জুলাইত আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট বিজ্ঞানী এ পি জে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকী। ২০১৫ চনৰ জুলাই মাহৰ ২৭ তাৰিখে আই আই এম শ্বিলঙৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত হাৰ্ট এটেকৰ ফলত তেখেতৰ দেহাৱসান হৈছিল। সেই সময়ত এখন বিশেষ ফটো এ পি জে আব্দুল কালামৰ অন্তিম ফটো বুলি ভাইৰেল হৈছিল। সেই একেখন ফটো […]

Continue Reading

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ কোনো পৰিৱৰ্তন বিবেচনা কৰা নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া ফেচবুকত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছিল যে ভাৰতীয় টকাৰ নোটখনত গান্ধীৰ ছবিৰ সলনি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ছবি থাকিব। এনে ধৰণৰ বিভিন্ন পোষ্ট অসমত ফেচবুকৰ যোগেদি ভাইৰেল হৈ পৰিছে । বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা এনে ধৰণৰ দাবী সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । […]

Continue Reading