FACT CHECK: এমাজ’নে কোনোধৰণৰ বিনামূলীয়া উপহাৰৰ ব্যৱস্থা কৰা নাই, হোৱাটছএপ মেছেজটো ভুৱা!
হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ হোৱা এটা লিংকত দাবী কৰা হৈছে যে বৃহৎ ই-কমাৰ্ছ প্ৰতিস্থান এমাজ’নৰ ৩০সংখ্যক বাৰ্ষিকীত যিকোনো ১০০গৰাকী গ্ৰাহকক বিনামূলীয়া উপহাৰ প্ৰদান কৰা হব। উললেখযোগ্য যে উক্ত ভাইৰেল লিংকটোত যেতিয়া এগৰাকী ব্যক্তিয়ে ক্লিক কৰে, তেতিয়া তেওঁ এমাজ’নৰ ৱেবপেজৰ দৰে পেজ খোলা দেখিব, য’ত দাবী কৰা হৈছে যে এটা সমীক্ষাত অংশ লোৱা ১০০গৰাকী যিকোনো […]
Continue Reading