প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টত দাবী কৰা হৈছে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে। এনে ধৰণৰ পোষ্ট অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link ফেক্ট ক্ৰেচেণ্ডোৱে দাবীটো […]
Continue Reading