লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, “আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য’ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব । তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা […]

Continue Reading

ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই

অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। “অসমীয়া পেজ” নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়!

গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে কৃত্ৰিম বানপানীত বুৰ গৈছে । এনে সময়তে কৃত্ৰিম বানপানীৰ সৈতে জড়িত বিভিন্ন পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে । শেহতীয়াকৈ ফেক্ট ক্ৰেচেণ্ড অসমীয়াই গুৱাহাটীৰ বুলি দাবী সহ ভাইৰেল হৈ পৰা এটা ‘ৰাস্তাৰ ওপৰত মাছ সাঁতুৰি থকা’ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি ভিডিঅ’টো প্ৰকৃততে চীনৰ […]

Continue Reading