FACT CHECK: ইণ্ডোনেছিয়াৰ চিৰিয়াখানাৰ ক্ষীনকায় দুৰ্বল বাঘৰ ফটো গুৱাহাটীৰ বুলি প্ৰচাৰ কৰা হৈছে
শেহতীয়াভাৱে বাঘক গো-মাংস দিয়াত বাধা আৰোপ কৰি গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাৰ সমুখত আন্দোলন কৰা কাৰ্যৰ পিছত এটা অতি ক্ষীনকায় দুৰ্বল বাঘৰ এখন ফটো অসম ৰাজ্যিক চিৰিয়াখানাৰ বাঘৰ ফটো বুলি ব্যাপক ৰূপত চোছিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা দেখা গৈছে । ফেক্ট ক্ৰেছচেণ্ডৰ ফেক্টলাইন নম্বৰ 9045053770ত এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰা হৈছিল। স্ক্ৰিণশ্বটটোত এটা ক্ষীন বাঘৰ এটা […]
Continue Reading