Fact Check: অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুলি ভুলকৈ দাবী কৰা হৈছে!
অসমত ছ’চিয়েল মিডিয়াত অতি সোনকালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হব বুলি ব্যাপক ভাৱে পোষ্ট শ্বেয়াৰ কৰি থকা হৈছে। অসম বিধানসভাৰ দিন ঘোষণা কৰা হৈছে বুলি প্ৰচাৰ কৰি থকা তেনেকুৱা এটা ফৰৱাৰ্ড মেছেজ আমাৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিবলৈ বিচাৰিছিল। ফৰৱাৰ্ড মেছেজটোত এটা স্ক্ৰিণশ্বট আছে যত আজ টক […]
Continue Reading