এই ভিডিঅ’টোত ব্যক্তিজনে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা কৰি থকা নাই।
শেহতীয়াকৈ এজন লোকে হাতেৰে খোজকাঢ়ি যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি ব্যক্তিজনে অযোধ্যালৈ যাত্ৰা কৰিছে। ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে হাতেৰে খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা এজন ভক্তৰ”। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো […]
Continue Reading