সংখ্যালঘু বৃত্তি কাৰ্যসূচীৰ ১৪৪.৮৩ কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

শেহতীয়াকৈ সংখ্যালঘু বৃত্তি আঁচনিৰ এক কেলেংকাৰী সম্পৰ্কে এক খবৰ ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত শ্বেয়াৰ হোৱা এক স্ক্ৰীণশ্বটত লিখা আছে এইদৰে, “১৪৪.৮৩ কোটিৰ কেলেংকাৰীত প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণী! সংখ্যালঘু বিভাগত ৮৩০ জনক ভুৱা নিযুক্তি, ৫৩% ভুৱা শিক্ষাৰ্থীৰ নামত সৰকাইছিল ধন”। এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে “শেহতীয়া আপডেট” বুলি। Facebook Link | Archived Link. আমি […]

Continue Reading

স্মৃতি ইৰাণীৰ এই ভাইৰেল ফটোখন সম্পাদিত।

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো চ’ছিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। ফটোখনত মন্ত্ৰীগৰাকীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

FACT CHECK: স্মৃতি ইৰাণীৰ মৰ্ফ কৰা ফটো ভাইৰেল হৈ পৰিছে!

ভাৰতৰ বস্ত্ৰউদ্যোগ মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো অসমত ফেচবুকত তেখেতৰ ওজন বৃদ্ধি সম্পৰ্কত বিভিন্ন কেপচনৰ সৈতে ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে তেখেত বহুত শকত হৈ পৰিছে আৰু সেই ফটোখন বহুলভাৱে শ্বেয়াৰ হৈ আছে। তেনেকুৱা এটা উদাহৰণ এয়া: Original Link- Facebook   ফটোখন মৰ্ফ কৰাৰ দৰে লগাত ফেক্ট ক্ৰেছেণ্ড অসমীয়াই সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিলো। […]

Continue Reading

FACT CHECK: দেৱী দূৰ্গাক যৌন দাসী বুলি উল্লেখ কৰা এক স্ক্ৰিনশ্বট প্ৰসংগ সংগতিহীন ভাৱে প্ৰচাৰ হৈছে!

The Wireৰ এটা বাতৰিৰ কিয়দংশ বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে, য’ত দাবী কৰা হৈছে যে নিউজ পৰ্টেলটোৱে উদ্দেশ্যপ্ৰনোদিতভাৱে দেৱী দূৰ্গাক যৌন দাসী আখ্যা দি অপমান কৰিছে।  Original Link- Twitter | Archived Link অসমত হোৱাটচ এপ্পত প্ৰচাৰ হৈ থকা স্ক্ৰিণশ্বটটোত লিখা হৈছে যে, “দূৰ্গা পূজা হৈছে আটাইতকৈ বিতৰ্কিত বৰ্ণবাদী উছৱ,যত এগৰাকী বগা বৰণৰ সুন্দৰীক দেৱী […]

Continue Reading